← ফুৰি যাওক

কঁচ্

ko~s

অৰ্থ

1.

টুকুৰা বা ডোখৰ-ডোখৰ নকৰাকৈ ৰেপি-ৰেপি কাট্ (মাংস, মাছ আদি)

to mince or chop without cutting into pieces (as meat, fish etc.)

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কঁচ্ · অসমীয়া অভিধান