← ফুৰি যাওক

কঁটিয়া

kam̐ṭiẏā

অৰ্থ

1.

অতি সৰহকৈ বা বলেৰে মুখত সূমাই দি; বলেৰে টেঁটুৰ ভিতৰলৈ ভৰাই দি

to thrust into the mouth or throat

সক. ধা.

2.

হাল বাওঁতে বেগাই যাবলৈ জোঙা এছাৰিৰে গৰুৰ টিকাত খোঁচ্

to drive with a goad

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কঁটিয়া · অসমীয়া অভিধান