← ফুৰি যাওক

কঁটাল্

kam̐ṭāl

অৰ্থ

1.

কঁড়াল্; গাঁঠিৰ আখি বা ঠেঙুলি গুচাই নিমজ কৰ্; জেং-জাবৰ গুচাই সল্সলীয়া কৰ্

to cut off or remove the branches, etc., from the main stem

সক. ধা.

2.

আছাৰি দূৰ বা নাইকিয়া কৰ্; চাঁচ্; জোকাৰি পৰিষ্কাৰ কৰ্; যেনে-"চৰায়ে পাখি কঁটালিছে; খেৰ কাটি কঁটালিব লাগে; "

to remove the dirt, rubbish or unnecessary things by shaking or stirring

সক. ধা.

3.

মুখৰ ভিতৰত লাগি থকা খোবা বস্ত্ত জিভাৰে এৰুবাই পৰিষ্কাৰ কৰ্

to cleanse the mouth of the remains of food with the tongue

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কঁটাল্ · অসমীয়া অভিধান