কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অ'লৈ-ত'লৈa'lai-ta'laiAdverb
ইঠাইলে-সিঠাইলে; ইপিন-সিপিনলৈ; ইফাল-সিফাললৈ
hither and thither; to this place and that
- অ`ত-ত`তAdverb
কোনো নিৰ্দিষ্ট ঠাই নোহোৱা
here and there or no specific place
- অঁকাam̐kāNoun
দৰং জিলাৰ উত্তৰ দাঁতিৰ পৰ্ব্বতত থকা এক জনজাতি।
- অঁকিয়াIntransitive verb; Transitive verb
আঁচ মাব্; আঁক টান্
to draw line or lines
- অঁটাam̐ṭāAdjective
যথেষ্ট
enough; sufficient
- অঁটাকৈAdverb
জোৰাকৈ।
- অঁত লগাo~t lo.gaVerb-Trans.
শৃংখলাৱদ্ধ কৰা, যথোপযুক্তভাৱে ৰখা বা ব্যৱস্থা কৰা
To put in proper order, to dispose (persons, or parts) in the manner intended, or best suited for the purpose; as, troops arranged for battle.
- অঁতাTransitive verb
পৰিষ্কাৰ কৰ্; নিকা কৰ্
to clean
- অঁতাই-পিটাইAdjective; Adverb
পাৰষ্কাৰ কৰি, পৰিপাটি কৰি।
- অঁতোৱাo~.to`.waVerbal Adj.
লিপি-মচি পৰিষ্কাৰ কৰা
cleansed and smeared or plastered
- অঁতৰাam̐tarāTransitive verb
আঁতৰ কৰ; দূৰ কৰ
to remove; to take to a distance
- অংকনong.konVerbal Noun
কাগজ, ফলি আদিত কলপ, দোৱাত আদিৰে কোনো চিত্ৰ তৈয়াৰ কৰা কাৰ্য
the act drawing that is create a picture by pen and pencil on a writing surface such as paper.
- অংকন কৰ্ong.kon korVerb-Trans.
কোনো ভৌতিক বস্তু বা বিমূৰ্ত ধাৰণা এটাৰ দ্বিমাত্ৰিক উপস্থাপন৷
To create a 2D presentation of a physical item or an abstract concept
- অংকিতong.ki.toProper Adj.
চকুত লগা এটা অথবা বহুতো চিনযুক্ত ৷
Having one or more distinguishing marks.
- অংকুৰণong.ku.ronVerbal Noun
গাঁজ বা পোখা মেলা প্ৰক্ৰিয়া
the process of growing a new sprout
- অংগক্ষতong.go.khyotVerbal Noun
দেহৰ কোনো অংশ কাটি পেলোৱা কাৰ্য্য বা হানি কৰা কাৰ্য্য
amputation or cutting off a limb
- অংগচ্ছেদ কৰ্Verb-Trans.
শৰীৰৰ কোনো অংশ না অংগ কাটি পেলা
to cut of a part or organ of the body
- অংগচ্ছেদনong.gos.se.donVerbal Noun
দেহৰ কোনো অংশ কাটি পেলোৱা কাৰ্য্য বা হানি কৰা কাৰ্য্য
amputation or cutting off a limb
- অংগচ্ছেদ্ong.gos.sedVerbal Noun
দেহৰ কোনো অংশ কাটি পেলোৱা কাৰ্য্য বা হানি কৰা কাৰ্য্য
amputation or cutting off a limb
- অংগীকাৰবদ্ধVerbal Adj.
যিটো কৰা বা নকৰা সম্পৰ্কে ঘোষণা কৰা হৈছে, অৰ্থাত্ প্ৰতিজ্ঞা কৰা হৈছে
something declared to be or not to be done, given, etc., by one