← ফুৰি যাওক

অঁতা

অৰ্থ

1.

পৰিষ্কাৰ কৰ্; নিকা কৰ্

to clean

সক. ধা.

2.

বাৎ; ভগা বস্ত্ত ভাল কৰ্

to repair

সক. ধা.

3.

প্ৰস্ত্তত কৰ্; যুগুত কৰ্

to prepare

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অঁতা · অসমীয়া অভিধান