কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভঁজীয়াAdjective
বেঁকা; ভাঁজ লোবা বা থকা
crooked; distorted
- ভঁজুবাbham̐jubāAdjective
মিহলি থকা; কৱত্ৰিম; eng >alloyed/eng>.
- ভঁজুবাAdjective
ভাঁজ লগা; বেঁকা
bent
- ভঁজুৱাbho~.ju.waProper Adj.
কোনো মিহলি থকা অৰ্থাৎ নিভাজ নোহোৱা ৷
Something added that lowers value or purity.
- ভঁৰলুবাbham̐ralubāAdjective
ভঁৰালত থোবা
kept in a storehouse
- ভঁৰলুৱাbho~.ro.lu.waVerbal Adj.
ভঁৰালত সাঁচি থোৱা
kept or deposited in a storehouse
- ভংগুৰbhong.gurProper Adj.
কম স্থিতিস্থাপক গুণযুক্ত সহজতে ভাগি যোৱা বস্তু |
Having little elasticity; hence easily cracked or fractured or snapped.
- ভংভঙীয়াbhambhaṅīẏāAdjective
ভল্-ভলীয়া; পেটত কথা নথকা; পেটে-মুখে একে
open-hearted; frank
- ভংভঙ্গীয়াbhong.bho.ngi.yaProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- ভকbho.koAdjective Adj.
চিন্তা চৰ্চা, আচাৰ ব্যৱহাৰ আদিত বৰ গভীৰ বা গহীন নোহোৱা, টুলুঙা বিধৰলোক৷ যেনেঃ `মানুহটো বৰ ভক নহয়নে বাৰু?`
somebody who is shallow in thoughts etc., not a very serious person to be trusted or believed.
- ভকতীয়াAdjective
অসমীয়া বৈষ্ণব ধৰ্ম্মত আচাৰ নীতি আদিত প্ৰবৰ্ত্তা
- ভকলাProper Adj.
গাল বা মুখ কিছু ডাঙৰ নতুবা ওন্দোলাই থকা৷
having shaky cheeks or mouth.
- ভকুবা- মুখাAdjective
বোন্দা-মুবা; ওফন্দা মুখযুক্ত (মানুহ)
having a big face
- ভক্ত-বৎসলAdjective
ভকতৰ প্ৰতি মৰমিয়াল; ভক্তক কৱপা কৰা (ভগবান)
merciful to votaries
- ভক্তপ্ৰিয়bhok.to.pri.yoProper Adj.
ভক্তই বিশ্বাস কৰা, তেওঁলোকৰ মাজত প্ৰিয়৷
dear, close to devotees; something that devotees believe and like.
- ভক্তিপৰAdjective
ভক্তি-সম্পৰ্কীয় কথা থকা; যেনে-"ভক্তিপৰ শ্লোকচয় কৰো একখান" (ৰত্নাবলী)
relating to the devotion of God
- ভক্তিপৰায়ণbhok.ti.po.ra.yonProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ভক্তিভাজনbhok.ti.bha.jonProper Adj.
বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
commanding respect because of great age or impressive dignity
- ভক্তিমন্তAdjective; Adverb
b >ভক্তিভাবে/b>।
- ভক্তিমানAdjective; Adverb
b >ভক্তিভাবে/b>।