← ফুৰি যাওক

ভক্তিপৰ

অৰ্থ

1.

ভক্তি-সম্পৰ্কীয় কথা থকা; যেনে-"ভক্তিপৰ শ্লোকচয় কৰো একখান" (ৰত্নাবলী)

relating to the devotion of God

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভক্তিপৰ · অসমীয়া অভিধান