← ফুৰি যাওক

ভকতীয়া

অৰ্থ

1.

অসমীয়া বৈষ্ণব ধৰ্ম্মত আচাৰ নীতি আদিত প্ৰবৰ্ত্তা

বিণ.

2.

ভকতৰ সম্বন্ধীয়

pertaining to a Bhakat

বিণ.

3.

ভকতীয়া সমাজত ব্যবহৱত; যেনে-"ভকতীয়া মাত"

used by the Bhakats especially

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ