← ফুৰি যাওক

ভঁৰলুবা

bham̐ralubā

অৰ্থ

1.

ভঁৰালত থোবা

kept in a storehouse

বিণ.

2.

আহোম ৰজাৰ দিনৰ এটা কাঁড়ী খেলৰ নাম।

বিণ.

3.

পানী-পাছলৈকে চ'তি থকা [এইদৰে ভঁৰাল সাজে।]

with the cross-beams going right from one wall to the other (said of a house)

4.

আগ-ঠেঙৰ ফালে ঘুকুচা খোবা গা থকা (গৰু)

bowed towards the front

5.

আহোম ৰজাৰ দিনৰ এটা কাঁড়ী খেলৰ নাম।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভঁৰলুবা · অসমীয়া অভিধান