কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধঁতুৰাপহীয়াAdjective
ধঁতুৰা ফুলৰ আকৱতিৰ অৰ্থাৎ দীঘলীয়া ফোঁপোলা ঠোলা মেলি তাৰ মূৰত বাহিৰলৈ ঘোৰ খাই মেল খোবা।
- ধঁতুৰাপহীয়াdham̐turāpahīẏāAdjective
"ধঁতুৰাপহীয়া" চোবাঁ।
- ধঁতুৰাফুলীয়াdham̐turāphulīẏāAdjective
"ধঁতুৰাপহীয়া" চোবাঁ।
- ধঁপতুবাdham̐patubāAdjective
ধঁপাত খোবা; ধঁপাত খোবাৰ অভ্যাস থকা
addicted to smoking
- ধকধকীয়াAdjective
অতি উজ্জ্বল আৰু নিৰ্ম্মল
shining and clear
- ধক্ধকীয়াdhok.dho.ki.yaProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- ধক্ধক্dhok.dhokProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- ধদুবাdhadubāAdjective
আনৰ ঘৰত পেট পুহি থকা; বয়া নকৰা তিৰোতাত চাপি থকা; . পু. অ
living at the house of another as a dependent; living with a woman not married legally
- ধদুৱাdho.du.waProper Adj.
বিয়া নকৰাকৈ কোনো তিৰোতাক ভাৰ্যা স্বৰূপে লৈ সেই তিৰোতাৰ ঘৰতে বাস কৰা মানুহ ৷
a man living at the house of a woman who keeps him.
- ধনঞ্জয়dhanañjaẏaNoun
অৰ্জ্জুন
a name of Arjuna
- ধনবন্তAdjective
অধিক ধন থকা; চহকী; ধনী
wealthy
- ধনবানAdjective
অধিক ধন থকা; চহকী; ধনী
wealthy
- ধনলুব্ধdhon.lub.dhoProper Adj.
ধন-সম্পত্তিৰ অতিশয় লোভ থকা
extremely greedy for money
- ধনলোভীdhon.lo`.bhiProper Adj.
ধন-সম্পত্তিৰ অতিশয় লোভ থকা
extremely greedy for money
- ধনশালীProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ধনহীনdhanahīnaAdjective
দুখীয়া
poor
- ধনাঢ্যdho.na.dhyoProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ধনাত্মকdho.nat.mokProper Adj.
ইলেক্ট্ৰণৰ বিপৰীত ধৰ্মী বৈদ্যুতিক আধানক বুজোৱা বা তাৰ সৈতে সম্পৰ্কীয়৷
Relating to or designating an electric charge of a sign opposite to that of an electron.
- ধনাৰ্থীAdjective
ধন বিচৰা, ধন ঘটিবলৈ পুৰুষাৰ্থ কৰা
endeavouring to acquire wealth
- ধনিকdho.nikProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth