← ফুৰি যাওক

ধঁতুৰাপহীয়া

অৰ্থ

1.

ধঁতুৰা ফুলৰ আকৱতিৰ অৰ্থাৎ দীঘলীয়া ফোঁপোলা ঠোলা মেলি তাৰ মূৰত বাহিৰলৈ ঘোৰ খাই মেল খোবা।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধঁতুৰাপহীয়া · অসমীয়া অভিধান