← ফুৰি যাওকধনবন্তঅৰ্থ1.অধিক ধন থকা; চহকী; ধনীwealthyবিণ.সমাৰ্থক শব্দধনবান2.ধনী বা চহকী মানুহa rich manবি.সমাৰ্থক শব্দধনবানউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ