কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সৌনকxou.nokProper Adj.
অতি উচ্চ মানসিক ক্ষমতাৰ অধিকাৰী
having a superior mind; having ability to resolve issues quickly.
- সৌন্দৰ্যশালীAdjective
সুন্দৰ; ধুনীয়া
beautiful; elegant
- সৌন্দৰ্যাত্মকVerbal Adj.
সৌন্দৰ্য্য-চেতনাৰ সৈতে জৰিত
pertaining to the sense of beauty
- সৌন্দৰ্য্যশালীAdjective
সুন্দৰ; ধুনীয়া
beautiful; elegant
- সৌভাগ্যশালীxou.bha.gyo.xa.liProper Adj.
যাৰ ভাগ্য ভাল ৷
Having unexpected good fortune and luck.
- সৌভাগ্যৱানxou.bha.gyo.banProper Adj.
যাৰ ভাগ্য ভাল ৷
Having unexpected good fortune and luck.
- সৌম্যsaumyaAdjective
চন্দ্ৰৰ পোহৰৰ নিচিনা শীতল; শান্ত; শিষ্ট; সুদৱশ্য
gentle; honest; good-looking
- সৌম্যকান্তিxou.myo.kan.tiProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- সৌম্যদৰ্শনxou.myo.dor.xonProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- সৌহাৰ্দ্যপূৰ্ণxou.har.dyo.pur.noProper Adj.
হৃদয় বা অন্তৰৰ উম সহিত; অন্তৰৰ পৰা প্ৰকাশ কৰা।
warm-hearted; affectionate; cordial; jovial: a hearty welcome.
- সৌৰsauraAdjective
সূৰ্য্য-সম্বন্ধীয়; সূৰ্য্যৰ গতি অনুসাৰে গণনা কৰা; যেনে-"সৌৰ মাহ"; . সূৰ্য্যৰ মণ্ডল বা প্ৰভাবৰ ভিতৰ; যেনে -"সৌৰ জগত"
solar ; under the influence of the Sun
- সৌৰভময়xou.robh.moyProper Adj.
মিঠা, ভাললগা গোন্ধ থকা বা দিয়া
having or producing a pleasent, sweet smell
- সৌৱৰ্ণxou.bor.noProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- স্খলিতAdjective
পতিত; পিছলি পৰা
fallen; slipped
- স্তন্যপায়ীAdjective
উপজি মাকৰ পিয়াহ খাই ডাঙৰ হোবা
sucking
- স্তব্ধstabdhaAdjective
স্তম্ভিত; লৰচৰ কৰিব নোবৰা
paralyzed; stiff
- স্তম্ভিতAdjective
paralyzed; stiffened
- স্তম্ভীভূতAdjective
স্তব্ধ বা আচৰিত হোবা; তবধ-লগা
amazed
- স্তিমিতstimitaAdjective
নিশ্চল।
- স্তিমিতপ্ৰায়Verbal Adj.
প্ৰায় নুমাবলৈ ধৰা
almost unilluminated