← ফুৰি যাওক

স্তব্ধ

stabdha

অৰ্থ

1.

স্তম্ভিত; লৰচৰ কৰিব নোবৰা

paralyzed; stiff

বিণ.

2.

বিন্ধা মৰা; বাট মুদ যোবা; তাল মৰা (কাণ)

shut; deafened

বিণ.

3.

তবধ; তধা; আচৰিত হৈ মাতিব-বুলিব নোবৰা

amazed; wonderstruck; dumb-founded

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

স্তব্ধ · অসমীয়া অভিধান