স্খলিত
অৰ্থ
1.
পতিত; পিছলি পৰা
fallen; slipped
বিণ.
2.
লৰচৰ হোবা; বাগৰা; যেনে-'সন্তৰ বাক্য স্খলিত হ'ব নোবাৰে"
shaken
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ