কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৱকৰkawakaraNoun
কষ্ট; দুখ
suffering; trouble
- কৱচ্ছ্ৰসাধ্যkawacchrasādhyaAdjective
দুঃসাধ্য; বহু কষ্টেৰে কৰিব পৰা; যেনে-"কৱচ্ছ্ৰসাধ্য ব্ৰত"
requiring great pain or labour
- কৱতkawataAdjective
যিটো কৰা হৈছে; কৰা
done
- কৱতকাৰ্যkawatakāryaAdjective
কৱতাৰ্থ; কৱতকৱত্য; যি কাৰ্য্যসিদ্ধি বা বাঞ্ছিত বস্ত্তৰ ফল লাভ কৰিছে; যাৰ কাৰ্য্য সিদ্ধি হৈছে
successful
- কৱতকাৰ্য্যkawatakāryyaAdjective
কৱতাৰ্থ; কৱতকৱত্য; যি কাৰ্য্যসিদ্ধি বা বাঞ্ছিত বস্ত্তৰ ফল লাভ কৰিছে; যাৰ কাৰ্য্য সিদ্ধি হৈছে
successful
- কৱতকৰ্মাkawatakarmāAdjective
কাম জনা; কাৰ্য্যদক্ষ; কৰ্ম্ম কৰাত পাৰ্গত; ; বি. যদু বংশৰ এজন বীৰ।
skilful; clever
- কৱতকৰ্ম্মাkawatakarmmāAdjective
কাম জনা; কাৰ্য্যদক্ষ; কৰ্ম্ম কৰাত পাৰ্গত; ; বি. যদু বংশৰ এজন বীৰ।
skilful; clever
- কৱতঘ্নkawataghnaAdjective
উপকাৰ নমনা বা স্বীকাৰ নকৰা; শলাগ নোলোবা; অশলাগী; লোণ খাই গুণ নোলোবা
ungrateful
- কৱতজ্ঞkawatajñaAdjective
গুণ গোবা; পৰৰ উপকাৰ মনা বা মনত ৰখা; শলাগ লোবা
grateful
- কৱতনিশ্চয়kawataniścaẏaAdjective
ঠিক; নিশ্চিত; সঠিক; যেনে-"এই কথা কৱতনিশ্চয় বুলি জানিবাঁ"
certain; sure
- কৱতপুণ্যkawatapuṇyaAdjective
পুণ্য কৰ্ম কৰি অহা; যেনে-"সি যদি পূৰ্ব্বে কৱতপুণ্য হয়, তেবে মোক ভজে" (ক. গী.)।
- কৱতবিদ্যkawatabidyaAdjective
শিকি-বুজি নানা বিদ্যাত পৈণত হোবা; শিক্ষিত
learned, cultured
- কৱতসংকল্পkawatasaṅkalpaAdjective
কৰিবলৈ দৱঢ়ৰূপে মন কৰা; কৰিবলৈ স্হিৰ কৰা
resolved; determined
- কৱতাঞ্জলিkawatāñjaliAdjective
কৰযোৰ কৰা; হাতযোৰ কৰা; দুয়োহাথ লগ লগাই বিনয় কৰা
revering or supplicating with joined hands
- কৱতিপ্ৰদkawatipradaAdjective
সুকীৰ্ত্তি-জনক; যশস্বী; ভাল নাম ৰখা
glorious; renowned
- কৱতীkawatīAdjective
পাৰগ; সামৰ্থ্য থকা; ; সদ্গুণ থকা
competent; capable ; having good parts or qualities
- কৱত্যকৱত্যkawatyakawatyaAdjective
কৱতকাৰ্য্য
successful
- কৱত্ৰিমkawatrimaAdjective
মানুহে কৰা বা সজা
artificial
- কৱদন্তkawadantaAdjective
ধাতুৰ পাচত কৱত্-প্ৰত্যয় হৈ সিদ্ধ হোবা; কৱৎ,
terminated by one of the suffixes called ; joined with verbal roots
- কৱপাময়kawapāmaẏaAdjective
কৰুণাময়; দয়াৰে পৰিপূৰ্ণ
full of love; kind