কৱতঘ্ন
kawataghna
অৰ্থ
1.
উপকাৰ নমনা বা স্বীকাৰ নকৰা; শলাগ নোলোবা; অশলাগী; লোণ খাই গুণ নোলোবা
ungrateful
বিণ.
2.
উপকাৰৰ সলনি বা পৰিবৰ্ত্তে অপকাৰ কৰা
returning injury for benefits received
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ