← ফুৰি যাওক

কৱত্ৰিম

kawatrima

অৰ্থ

1.

মানুহে কৰা বা সজা

artificial

বিণ.

2.

আচল নোহোবা; বিশুদ্ধ নোহোবা; নকল

not genuine; not original

বিণ.

3.

মুখত বা বাহিৰত দেখুওবা, আন্তৰিক বা পেটে সমন্বিতে নোহোবা (বন্ধুতা)

insincere

বিণ.

4.

কাল্পনিক; মিছা; মনে সজা

false; fictitious

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ