← ফুৰি যাওক

কৱতনিশ্চয়

kawataniścaẏa

অৰ্থ

1.

ঠিক; নিশ্চিত; সঠিক; যেনে-"এই কথা কৱতনিশ্চয় বুলি জানিবাঁ"

certain; sure

বিণ.

2.

নিশ্চয় বুলি ভবা বা বিশ্বাস কৰা; মনত কোনো সংশয় নথকা; যেনে-"এই সম্পৰ্কে মই কৱতনিশ্চয়"

confident

বিণ.

3.

দৱঢ়-সংকল্প; কৰিম বুলি নিশ্চয় কৰা

determined

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ