কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিয়োগকৰ্তাni.yo’g.kor.taCommon Noun
যি কোনো প্ৰতিষ্ঠানৰ বাবে কৰ্মচাৰী নিযুক্ত কৰে ৷
a person or business that employs one or more people, esp. for wages or salary
- নিয়োজকniẏojakaNoun
নিয়োগকৰ্ত্তা।
- নিয়োজনni.yo`.jonVerbal Noun
কোনো প্ৰতিষ্ঠান বা সংস্থা আৰম্ভ বা থাপনা কৰা কাৰ্য্য
the act of establishing an organization
- নিয়ৰniẏaraNoun
আকাশৰ বায়ু চেঁচা হৈ তাত মিহলি হৈ থকা পানীৰ বাষ্পবোৰ ডাঠ হৈ বা গোট মাৰি বন আদিৰ ওপৰত লাগি থকা পানীৰ বিন্দু; হিম
dew
- নিয়ৰ-কণাni.yor-ko.naMaterial Noun
নিয়ৰৰ টোপাল
a drop of dew
- নিৰক্ষ ৰেখাni.ro.khyo re.khaAbstract Noun
পৃথিৱীখনক উত্তৰ আৰু দক্ষিণ দুই গোলাৰ্দ্ধত সমানে ভাগ কৰা কাল্পনিক ৰেখা
an imaginary line dividing the earth equally
- নিৰক্ষৰতাni.ro.khyo.ro.taAbstract Noun
লিখা-পঢ়া নজনা অৱস্থা
The state of being not able to read or write
- নিৰক্ষৰেখাnirakṣarekhāNoun
"বিষুবৰেখা" চোবাঁ।
- নিৰঞ্জনnirañjanaNoun
পৰমেশ্বৰ
God
- নিৰণিকৰণni.ro.ni.ko.ronVerbal Noun
অপতৃণ বা অপকাৰী উদ্ভিদসমূহ খেতি পথাৰৰ পৰা আঁতৰ কৰা বা তুলি পেলোৱা প্ৰক্ৰিয়া
the process of removal of weeds or troublesome plants
- নিৰণ্ঠুকniraṇṭhukaNoun
ল'ৰা-তিৰোতা নথকা; অকলশৰীয়া; লগ-সঙ্গ নথকা
having no family or companions
- নিৰতিniratiNoun
আসক্তি
attachment
- নিৰপেক্ষতাni.ro.pe.khyo.taAbstract Noun
কাৰো পক্ষ নোলোৱাকৈ, সত্য, যুক্তি, ন্যায় আৰু সমানতাৰ দ্বাৰা নিৰ্দেশিত হ’ব পৰা গুণ
the ability or characteristic of being guided by truth, reason, justice, and fairness, without any bias
- নিৰপেক্ষবাদীProper Noun
a person who advocates or adheres to a policy of strict neutrality in foreign affairs
- নিৰপৰাধniraparādhaNoun
দোষশূন্য অবস্হা
absence of guilt of fault
- নিৰপৰাধীAdjective
নিৰ্দ্দোষী
without guilt; innocent
- নিৰবnirabaAdjective
অমাত; কথা নোকোবা
voiceless
- নিৰলniralaAdjective
নিৰ্জ্জন; শাঁত
solitary; calm
- নিৰসনnirasanaNoun
আঁতৰাই পেলোবা কাৰ্য্য; ; নিৰাকৰণ; খণ্ডন।
elimination
- নিৰস্তাnirastāNoun
নিয়ামক; শাসন কৰোঁতা; চলাওঁতা; নায়ক
one who manages, rules or regulates