← ফুৰি যাওক

নিৰণ্ঠুক

niraṇṭhuka

অৰ্থ

1.

ল'ৰা-তিৰোতা নথকা; অকলশৰীয়া; লগ-সঙ্গ নথকা

having no family or companions

বি.

2.

নিৰৰ্থক; , যেনে-"আতি নিৰণ্ঠুক গ্ৰন্হ" (নাম-মালিকা)।

meaningless

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰণ্ঠুক · অসমীয়া অভিধান