← ফুৰি যাওক

নিয়োজন

ni.yo`.jon

অৰ্থ

1.

কোনো প্ৰতিষ্ঠান বা সংস্থা আৰম্ভ বা থাপনা কৰা কাৰ্য্য

the act of establishing an organization

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো বস্তু ব্যৱহাৰ কৰা বা খটুৱা কাৰ্য্য ৷

The act of using or applying something.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিয়োজন · অসমীয়া অভিধান