← ফুৰি যাওক

নিয়ৰ

niẏara

অৰ্থ

1.

আকাশৰ বায়ু চেঁচা হৈ তাত মিহলি হৈ থকা পানীৰ বাষ্পবোৰ ডাঠ হৈ বা গোট মাৰি বন আদিৰ ওপৰত লাগি থকা পানীৰ বিন্দু; হিম

dew

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিয়ৰ · অসমীয়া অভিধান