কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সেৱিতxe.wi.toProper Adj.
যাক সদ্যহতে পূজা কৰা হৈছে ৷
Someone who has been adored (recently).
- সৈচ্চিকxoi.sikProper Adj.
কোনো বল বা চাপ প্ৰয়োগ নকৰাকৈ নিজ ইচ্ছাৰে কৰা
Doing something willingly or intentionally without being forced
- সৈনিকsainikaAdjective
সেনা-সম্বন্ধীয়; ৰণুবা-বিষয়ক
relating to or connected with an army
- সৈমানsaimānaAdjective
মান্তি; স্বীকৱত; ৰাজী
agreed
- সৈয়াsaiẏāNoun
খেলৰ ভাগী বা অংশীদাৰী
a partner in a game
- সোঁsom̐Noun
বাম বা বাঁও ফালৰ বিপৰীতফাল; গাৰ দক্ষিণফাল
the right, as opposed to the left
- সোঁ-পকীয়াAdjective
সোঁ-ফাললৈ ঘূৰা
revolving or turning to the right
- সোঁ-ফলীয়াAdjective
সোঁ-ফালৰ; দক্ষিণ হাতৰ
relating to right side
- সোঁ-মজীয়াAdjective
সোঁ-মাজত থকা
existing at the centre or middle
- সোঁচৰাTransitive verb
এজনৰ গাৰপৰা আন এজনৰ গালৈ পঠিয়া বা নিয়া
to communicate, as a disease
- সোঁপন্থীxo~.pon.thiAdjective Adj.
ৰক্ষণশীল ৰাজনৈতিক পন্থা
political wing that favors conservative values
- সোঁবাহীAdjective
খঁকুবা; ঢাঁহি-মুহি খোবা
greedy; prodigal
- সোঁবৰণsom̐baraṇaNoun
সোঁবৰা কাৰ্য্য; পাছত স্মৰণ কৰিবলৈ কোনো কথা লিখি খোবা কাকত
a memorandum
- সোঁবৰণিsom̐baraṇiNoun
সোঁবৰা কাৰ্য্য; পাছত স্মৰণ কৰিবলৈ কোনো কথা লিখি খোবা কাকত
a memorandum
- সোঁবৰণীsom̐baraṇīNoun
সোঁবৰা কাৰ্য্য; পাছত স্মৰণ কৰিবলৈ কোনো কথা লিখি খোবা কাকত
a memorandum
- সোঁহতীয়াxo’~.ho.ti.yaAdjective Adj.
কাম কৰা, খোৱা আদিত সোঁহাত ব্যৱহাৰ কৰা লোক৷
one who uses the right hand for working, eating, writing etc.
- সোঁৱাহীxo`~.wa.hiProper Adj.
প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।
immoderately desirous of acquiring wealth, wanting to eat more than enough.
- সোচ্ছাৰxos.sarProper Adj.
অধিকাৰ আদি সম্পৰ্কে মুকলিকৈ কোৱা, স্পষ্টবাদী
Outspoken about rights etc.
- সোজাsojāAdjective
সৰল; পোন; যেনে-"ওঝা সোঝা পন্থ নাহেৰি" (বৰগীত)
straight; direct
- সোঝাsojhāAdjective
সৰল; পোন; যেনে-"ওঝা সোঝা পন্থ নাহেৰি" (বৰগীত)
straight; direct