← ফুৰি যাওকসোঝাsojhāঅৰ্থ1.সৰল; পোন; যেনে-"ওঝা সোঝা পন্থ নাহেৰি" (বৰগীত)straight; directবিণ.সমাৰ্থক শব্দসোজা · sojāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ