← ফুৰি যাওক

সোঁবৰণি

som̐baraṇi

অৰ্থ

1.

সোঁবৰা কাৰ্য্য; পাছত স্মৰণ কৰিবলৈ কোনো কথা লিখি খোবা কাকত

a memorandum

বি.

সমাৰ্থক শব্দ

2.

কোনো কথা সোঁবৰাই বা মনত পেলাই দিবলৈ লিখা চিঠি

a reminder

বি.

সমাৰ্থক শব্দ

3.

কোষ্ঠী; জন্মপত্ৰিকা; . কোনো কথা বা কাৰ্য্য আগলৈ মনত পেলোবা দিন বা বস্ত্ত; স্মৱতি-চিহ্ন; যেনে-"মেৰি মৰমৰ সোঁবৰণী-স্বৰূপ এই কিতাপ তোমাক দিলোঁ"

a horoscope ; a token of remembrance; a memorial

বি.

সমাৰ্থক শব্দ

4.

মনত পেলোবা; কোনো কথা বা কাৰ্য্য স্মৰণ কৰিবৰ অৰ্থে কৰা; যেনে-"বছৰেকীয়া সোঁবৰণী মেল"

memorial

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সোঁবৰণি · অসমীয়া অভিধান