কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৰুণানিধানko.ru.na.ni.dhanProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- কৰুণানিধিko.ru.na.ni.dhiProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- কৰুণাপূৰ্ণko.ru.na.pur.noProper Adj.
ক্ষুদ্ৰাকাৰ, নিকৃষ্ট গুণাগুণ, বেয়া অৱস্থা আদিৰ বাবে দুখ বা পুতৌ কৰিব লগীয়া
evoking or deserving contempt by smallness, poor quality, etc
- কৰুণাভিৰামProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- কৰুণাময়Adjective
দয়াময়; দয়ালু
merciful
- কৰুবাkarubāAdjective
খৰ পাগৰ কাৰণে বিসোবাদ আৰু দুৰ্গন্ধ হোবা (ঘিউ আদি বস্ত্ত)
rendered rancid or tasteless by overheating
- কৰোঞ্চProper Adj.
উচ্চ উষ্ণতা সম্পন্ন
hot / high temperature
- কৰোটা-কুৰুটিAdjective
ওখ-চাপৰ; খলা-বমা; ঠাইতে দ ঠাইতে বাম; অসমান
uneven; undulating
- কৰ্কশkarkaśaAdjective
টান; কঠিন
hard
- কৰ্কৰীয়াkarkarīẏāAdjective
শুকাই নীৰস আৰু টান হোবা
hard and dry; crisp
- কৰ্ণ-গোচৰkarṇa-gocaraAdjective
শুনা; কাণত পৰা বা পেলোবা; জনোবা
heard; brought to notice
- কৰ্ণকটুkor.no.ko.tuProper Adj.
শুনিবলৈ বেয়া ডাঙৰ, কঠুৱা শব্দ/মাত৷
a loud, harsh and unpleasant (sound/voice).
- কৰ্ণগোচৰkor.no.go`.sorVerbal Adj.
শ্ৰৱণেন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰা
detected or perceived by the sense of hearing
- কৰ্ণা-কৰ্ণিkarṇā-karṇiAdjective
কণা-কণি; কোবা-কুই কৰা; বু-বু-বা-বা কৰা; যেনে-"ইয়াকে ডাঙৰীয়াই কৰ্ণাকৰ্ণিকৈ শুনিলে"
to pass from ear to ear; whisper into each other's ears; floating rumour or hearsay
- কৰ্তব্যkartabyaNoun
কৰিব লগীয়া কাম
a duty
- কৰ্তব্যপৰায়ণkor.to.byo.po.ra.yonProper Adj.
কামত আগ্ৰহযুক্ত নিষ্ঠাৰে কাম কৰা ব্যক্তি, একান্ত কৰ্মী ।
One who do works with interest, do work sincerely, maintain punctuality
- কৰ্তব্যবিমুখkor.to.byo.bi.mukhProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- কৰ্তৃত্বব্যঞ্জকProper Adj.
having a position of authority.
- কৰ্তৃত্বহীনkor.tri.two.hinVerbal Adj.
কোনো কৰ্তৃত্ব বা অধিকাৰ নথকা, অথবা আনুষ্ঠানিকভাৱে অধিকাৰ সাব্যস্ত নকৰা
not endowed with authority or official permission
- কৰ্ত্তব্যkarttabyaNoun
কৰিব লগীয়া কাম
a duty