কৰুবা
karubā
অৰ্থ
1.
খৰ পাগৰ কাৰণে বিসোবাদ আৰু দুৰ্গন্ধ হোবা (ঘিউ আদি বস্ত্ত)
rendered rancid or tasteless by overheating
বিণ.
2.
মতা মাছৰ বগা তেল
the fat of a male fish
বি.
3.
ভালকৈ মুকলি নোহোবা বা গেঁঠেলা মাৰি থকা কপাহৰ কলা বা ফুটা
not fully developed or opened cotton pod
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ