← ফুৰি যাওক

কৰ্কশ

karkaśa

অৰ্থ

1.

টান; কঠিন

hard

বিণ.

2.

খহটা; মিহি নোহোবা

rough; not smooth

বিণ.

3.

শুনিবলৈ বেয়া

harsh

বিণ.

4.

নিৰ্দ্দয়; নিমৰমিয়াল

unkind

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৰ্কশ · অসমীয়া অভিধান