← ফুৰি যাওক

কৰ্ণা-কৰ্ণি

karṇā-karṇi

অৰ্থ

1.

কণা-কণি; কোবা-কুই কৰা; বু-বু-বা-বা কৰা; যেনে-"ইয়াকে ডাঙৰীয়াই কৰ্ণাকৰ্ণিকৈ শুনিলে"

to pass from ear to ear; whisper into each other's ears; floating rumour or hearsay

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৰ্ণা-কৰ্ণি · অসমীয়া অভিধান