কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সৃজনীমূলকsri.jo.ni.mu.lokProper Adj.
কোনো সাহিত্য বা শিল্প যি সৃষ্টাজনৰ নিজৰ সৃষ্টি৷
something that is ingenious
- সৃষ্টিধৰ্মীsris.ti.dhor.miProper Adj.
কোনো সাহিত্য বা শিল্প যি সৃষ্টাজনৰ নিজৰ সৃষ্টি৷
something that is ingenious
- সৃষ্টিবিষয়কsris.ti.bi.xoyokProper Adj.
কোনো সাহিত্য বা শিল্প যি সৃষ্টাজনৰ নিজৰ সৃষ্টি৷
something that is ingenious
- সৃষ্টিমূলকsris.ti.mu.lo’kProper Adj.
কোনো সাহিত্য বা শিল্প যি সৃষ্টাজনৰ নিজৰ সৃষ্টি৷
something that is ingenious
- সৃষ্টিশীলsris.ti.xilProper Adj.
কোনো সাহিত্য বা শিল্প যি সৃষ্টাজনৰ নিজৰ সৃষ্টি৷
something that is ingenious
- সেংসেঙীয়াseṃseṅīẏāAdjective
সেমেকা; চেঁচা; উম নথকা; জেকা
damp; having no warmth
- সেই সময়ৰxei xo.mo.yorProper Adj.
অতীতৰ কোনো এক সময়ৰ
refers to a time being refered in the past.
- সেউজীয়াAdjective
কলপতীয়া
green
- সেওseoNoun
জুইৰে বা তপত বস্ত্তৰে তাপ দিয়া কাৰ্য্য; সেক
fomentation
- সেওলাseolāAdjective
ছাওলা; বৰ হেলনীয়া; এফালে বৰকৈ ঢাল খোবা
very slanting
- সেঙুণীয়াAdjective
শেঙূনৰ নিচিনা বীজলীয়া
viscid
- সেঙেতাseṅetāAdjective
বৰ চেঁচা; অকণো উম নথকা
having no warmth at all; very cold
- সেন্দুৰীsendurīAdjective
সেন্দূৰৰ নিচিনা ৰঙা-বৰণীয়া
red as vermilion
- সেন্দুৰীয়াsendurīẏāAdjective
সেন্দূৰৰ নিচিনা ৰঙা-বৰণীয়া
red as vermilion
- সেন্দূৰ-বৰণীয়াxen.dur-bo.ro.ni.yaProper Adj.
সেন্দুৰৰ দৰে ৰঙা বৰণৰ
of the colour of vermilion
- সেন্দূৰীxen.du.riProper Adj.
সেন্দুৰৰ দৰে ৰঙা বৰণৰ
of the colour of vermilion
- সেন্দূৰীয়াxen.du.ri.yaProper Adj.
সেন্দুৰৰ দৰে ৰঙা বৰণৰ
of the colour of vermilion
- সেবনীয়Adjective
উপাসনা বা আৰাধনা কৰিব লগীয়া; পূজনীয়; বন্দনীয়; ভজনীয়
fit or proper to be worshipped
- সেবাsebāNoun
মূৰ দোঁবাই কৰা সত্কাৰ; প্ৰণাম; নমস্কাৰ
an humble salutation; a bow
- সেবিকা, সেবকিনী, সেবকী; সেবকীয়াFeminine; Adjective
উপাসক; অধীন; আশ্ৰিত
dependent