← ফুৰি যাওক

সেবা

sebā

অৰ্থ

1.

মূৰ দোঁবাই কৰা সত্কাৰ; প্ৰণাম; নমস্কাৰ

an humble salutation; a bow

বি.

2.

পৰিচৰ্য্যা; আল-পৈচান; শুশ্ৰুষা

attendance; service

বি.

3.

ভক্তি; পূজা

homage; worship

বি.

4.

মানুহ গোটাই কৰা সবাহ; সকাম বা দেবতাৰ উপাসনা

a religious ceremony

বি.

5.

পূজনীয়; সেবাৰ যোগ্য

to be worshipped

বিণ.

সমাৰ্থক শব্দ

6.

সেবন বা আহাৰ কৰিব লগীয়া

fit to be used or eaten

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সেবা · অসমীয়া অভিধান