সেও
seo
অৰ্থ
1.
জুইৰে বা তপত বস্ত্তৰে তাপ দিয়া কাৰ্য্য; সেক
fomentation
বি.
2.
দোঁ খোবা; বশ হোবা; বৰ-কথা এৰা
bowed down; humbled; subdued
বিণ.
3.
উভ নোহোবা; হেলনীয়া; আগটো তললৈ বৰকৈ পৰা (কোৰ, কুঠাৰ আদিৰ নাল)
too slanting, as the handle of a hoe
বিণ.
4.
ভাঁজ; বেঁকা অবস্হা; দোঁ খোবা অবস্হা
a bend; a curve
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ