কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হৈমৱতhoi.mo.wotProper Noun
ভাৰতবৰ্ষৰ পুৰণি নাম৷
The ancient name of India.
- হৈমৱতীhoi.ma.wo.tiProper Noun
ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলৰ মাজেদি বৈ যোৱা এক প্ৰধান নদী।
A major river flowing through the northern part of India.
- হৈহয়haihaẏaNoun
পুৰাণত বৰ্ণিত এটা জাতি; কাৰ্ত্তবীৰ্য্যাৰ্জ্জুন ৰজা যাক পৰশুৰামে বধ কৰিছিল; "দত্তাত্ৰেয় নামে ভৈলা অত্ৰিৰ তনয়। পুছিলন্ত যোগ যদু অলৰ্ক হৈহয়" (কীৰ্ত্তন)
the name of a king of old
- হৈড়িম্বhaiṛimbaNoun
হিড়িম্বাৰ পুত্ৰ; ঘটোত্কচ।
- হো-হোবনিNoun
হো হো শব্দ কৰা কাৰ্য্য।
- হোঁ-হা-কোঁ-কাhom̐-hā-kom̐-kāNoun
মৌখিক বিবাদ; সামান্য দন্দ্-খৰিয়াল
a slight quarrel
- হোঁকাho`.kaMaterial Noun
এডাল দীঘল নলীযুক্ত ধঁপাত খোৱা এবিধ সঁজুলি, য`ত ধোঁৱা পানীৰ মাজেদি পাৰ কৰি চেঁচা কৰা হয়।
An oriental tobacco pipe with a long flexible tube connected to a container where the smoke is cooled by passing through water.
- হোঁকোৰা বাঘhom̐korā, bāghaNoun
"হোঁকোৰ্ হোঁকোৰ্" শব্দ কৰা এবিধ সৰু বাঘ; নাহব-ফুটুকী-বাঘ
the leopard
- হোঁহঁকা-পিছলাho`~.ho~.ka-pi.so.laVerbal Noun
কোনো এক সময়ত এটা কাম কৰিবৰ থিৰাং কৰি আকৌ পিচলৈ ৰখা কাৰ্য্য; এবাৰ কামলৈ আগবাঢ়ি আকৌ পাচলৈ যোৱা কাৰ্য্য।
The act of procrastinating; putting off or delaying or deferring an action to a later time.
- হোঁহকা-উজোবাNoun
এটা কাম কৰিবলৈ ধৰিআকৌ নকৰা হোবা অবস্হা; এবাৰ আগলৈ গৈ আকৌ পিছলৈ যোবা
indecision; wavering, vacilltion
- হোঁহকা-পিছলাNoun
এটা কাম কৰিবলৈ ধৰিআকৌ নকৰা হোবা অবস্হা; এবাৰ আগলৈ গৈ আকৌ পিছলৈ যোবা
indecision; wavering, vacilltion
- হোঁহোঁকা-পিছলাho`~.ho`~.ka-pi.so.laVerbal Noun
কোনো এক সময়ত এটা কাম কৰিবৰ থিৰাং কৰি আকৌ পিচলৈ ৰখা কাৰ্য্য; এবাৰ কামলৈ আগবাঢ়ি আকৌ পাচলৈ যোৱা কাৰ্য্য।
The act of procrastinating; putting off or delaying or deferring an action to a later time.
- হোকহোকনিhokahokaniNoun
গাহৰি বা ভালুকৰ নিচিনাকৈ কৰা হোক্হোক্ শব্দ
the grunt of a hog or bear
- হোকাhokāNoun
ধোঁবাখোবা
a hubble-bubble; a hooka
- হোজাইhojāiNoun
এবিধ বড়ো-জাতীয় মানুহ
the name of a people of the Bodo tribe
- হোটেলhoṭelaNoun
পইছা দি য'ত খাব আৰু থাকিব পাৰি, তেনে ঘৰ
hotel
- হোতাhotāNoun
হোম কৰোঁতা; যজ্ঞ-কৰ্ত্তা
one who makes a burnt offering
- হোত্ৰhotraNoun
যজ্ঞ।
- হোত্ৰীhotrīNoun
যজ্ঞকৰ্ত্তা।
- হোপাNoun
ধোঁবা বা জুলীয়া বস্ত্তৰ এশোহা
as much smoke or liquid as can be drawn into the mouth at a time