কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সুষমsuṣamaAdjective
দেখিবলৈ ধূনীয়া; মনোৰম; যেনে-"সুষম ললাট গণ্ডস্হল" (কীৰ্ত্তন)
very lovely; handsome
- সুষমাযুক্তxu.xo.ma.juk.toProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- সুষমিতxu.xo.mi.toVerbal Adj.
যাক সুন্দৰ কৰি তোলা হৈছে
sth/sb made beautiful
- সুষ্পষ্টsuṣpaṣṭaAdjective
অতি ষ্পষ্ট।
- সুসংগতxu.xong.go.toProper Adj.
একে মনোভাৱ বা মন্তব্য ধাৰণ কৰা
being of the same opinion
- সুসংহিকৃতxu.xong.hi.kri.toVerbal Adj.
made to occur at the same time
- সুসজ্জিতsusajjitaAdjective
উত্তমৰূপে সজ্জিত বা ভূষিত; ভালকৈ সজোবা; উত্তম অলঙ্কাৰাদি পিন্ধোবা
well-dressed; well decora-ted
- সুসন্তলিতxu.xon.to.litAdjective Adj.
possesing a sensible variety of people or things required for a particular purpose.
- সুসভ্যxu.xo.bhyoProper Adj.
ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।
(a person) refined in manners, well-bred and polite.
- সুসমAdjective Adj.
ভাৰসাম্য ৰক্ষা কৰি ৰখা, চলা৷
showing or keeping balance.
- সুসম্পন্নsusampannaAdjective
নিয়াৰিকৈ আৰু সফলভাবে সম্পাদিত।
- সুসাধ্যsusādhyaAdjective
অনায়াসে বা অলপ পৰিশ্ৰমতে কৰিব পৰা; সুকৰ; . বি. সুসাধ্যতা সহজে কৰিব পৰা গুণ
easy of performance; practicable; feasible ; facility; feasi-bleness
- সুসিদ্ধxu.xid.dhoVerbal Adj.
ভালকৈ সিজোৱা বা ৰন্ধা
(food) prepared properly by the use of heat
- সুস্থxus.thoProper Adj.
শৰীৰ আৰু মনৰ স্বাস্থ্য বৰ্ত্তি থকা, অৰ্থাত্ ৰোগ বা বিকাৰ মুক্ত।
Having or indicating good health in body or mind; free from infirmity or disease.
- সুস্থকাৰীxus.tho.ka.riProper Adj.
যি পৰিষ্কাৰ আৰু স্বাস্থ্যৰ বাবে উপকাৰী; যি স্বাস্থ্যৰ বাবে হানিকাৰক নহয়
which is clean and good for health; something that is not harmful to health
- সুস্থিৰxus.thirProper Adj.
লৰচৰ বা শব্দ নকৰা
Devoid of noise or movement
- সুস্পষ্টভাৱেxus.pos.to.bha.beVerbal Adj.
(কোনো কথা) সম্পূৰ্ণ মুকলিকৈ, সংকোচ নকৰাকৈ (ক)
(tell) everything without hesitation or hiding anything
- সুস্বাদুxu.swa.duProper Adj.
জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷
Highly pleasing or agreeable to the senses, especially of taste or smell.
- সুস্মিতxu.smitVerbal Adj.
মিছিকিয়া হাঁহি মাৰি থকা
with a slight expression of pleasure in face
- সুস্মিতাxu.smitaVerbal Adj.
মিছিকিয়া হাঁহি মাৰি থকা
with a slight expression of pleasure in face