← ফুৰি যাওক

সুসংগত

xu.xong.go.to

অৰ্থ

1.

একে মনোভাৱ বা মন্তব্য ধাৰণ কৰা

being of the same opinion

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

(কোনো তত্ব, নীতি আদি) যুক্তি আধাৰিত আৰু ফলপ্ৰসু

(of an argument, theory, or policy) logical and consistent."they failed to develop a coherent economic strategy"

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুসংগত · অসমীয়া অভিধান