সুসজ্জিত
susajjita
অৰ্থ
1.
উত্তমৰূপে সজ্জিত বা ভূষিত; ভালকৈ সজোবা; উত্তম অলঙ্কাৰাদি পিন্ধোবা
well-dressed; well decora-ted
বিণ.
2.
পৰিপাটিৰূপে সাজ-পাৰ আৰু অস্ত্ৰ-শস্ত্ৰ লোবা; যেনে-"সুসজ্জিত সৈন্য;"
well-armed; well-equipped
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ