কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংগ্ৰহালয়xong.gro.ha.loyMaterial Noun
যত পুৰণি আৰু আপুৰুগীয়া বস্তুসমূহ সংগ্ৰহ কৰি ৰখা হয়।
A place where rare and old things of various interest are kept.
- সংগ্ৰামsaṅgrāmaNoun
ৰণ; যুদ্ধ
war
- সংগ্ৰাহকsaṅgrāhakaNoun
যি একত্ৰ কবে; গোটাওঁতা
one who collects
- সংগৰোধAbstract Noun
কোনো ৰোগীক ৰোগ সংক্ৰামণ নহ’বলৈ আনৰ পৰা পৃথককৈ ৰখাৰ ব্যৱস্থা
The process of keeping somebody in isolation to prevent disease spread
- সংঘxong.ghoAbstract Noun
কোনো খেল, ৰুছি আদি অভ্যাস কৰা বা কোনো উদ্দেশক আগত ৰাখি কাম কৰা কেইবাজনো ব্যক্তিৰ দ্বাৰা গঠিত এটা গোট৷
A group of people organized for a common purpose, especially a group that meets regularly
- সংঘটনAbstract Noun
কেছ
an issue or file associated with a court dispute, medical patience etc
- সংঘঠকsaṅghaṭhakaNoun
যিজনে ঘটায়।
- সংঘবাদxong.gho.badAbstract Noun
সংঘত বিশ্বাস কৰা৷
belief or faith in unions.
- সংঘাতsaṅghātaNoun
সমূহ; সমষ্টি
agsemblage; collection
- সংঘৰ্ষxong.ghor.xoAbstract Noun
দুটা গতিশীল বস্তুৱে খুন্দা খোৱা প্ৰক্ৰিয়া
violent impact of a moving body with another or with a fixed object, clashing of interests etc.
- সংচিত্ৰxong.si.troAbstract Noun
তথ্যৰ ছবিৰ জৰিয়তে কৰা উপস্থাপন
a graphic display of data or information
- সংজ্ঞাsañjñāNoun
যাৰ দ্বাৰা কোনো মানুহ, বস্ত্ত আদি জানিৰ পাৰি; নাম; যেনে-"সংজ্ঞা শব্দ"
a name
- সংজ্ঞা শব্দsañjñā, śabdaNoun
ইন্দ্ৰিয়ৰ দ্বাৰা দেখিব বা ভাবিৰ পৰা বস্ত্তৰ নাম; বিশেষ্য শব্দ; বস্ত্ত-বাচক শব্দ
a noun
- সংজ্ঞালোপকxong.gya.lo`.pokAbstract Noun
বিষ নিবাৰণৰ বাবে অনুভূতি নাইকিয়া কৰা কোনো ব্যৱস্থা।
any method prevent sensation to eliminate pain.
- সংজ্ঞাহীনxong.gya.hinAbstract Noun
অচেতন হৈ পৰা অৱস্থা; সাধাৰণতে মগজুত তেজৰ প্ৰবাহ কম হলে হ’ব পাৰে |
A spontaneous loss of consciousness caused by insufficient blood to the brain.
- সংজ্ঞাহীনতাxong.ga.hi.no.taAbstract Noun
আনৰ আবেগ অনুভৱক অনুভৱ কৰিব নোৱাৰা অৱস্থা ৷
The state or quality of being insensible.
- সংতটীয় পৰিৱেশAbstract Noun
কম পানীৰ পৰা ২০০ মিটাৰলৈকে বিস্তৃত সাগৰৰ অগভীৰ অংশ
the shallow part of the ocean above the drop-off of the continental shelf
- সংনমনxong.no.monVerbal Noun
চাপ প্ৰয়োগ কৰি আয়তন হ্ৰাস কৰা কাৰ্য্য বা প্ৰক্ৰিয়া।
The act or process of reducing volume by applying pressure, etc.
- সংপীড়নxong.pi.ronVerbal Noun
চাপ প্ৰয়োগ কৰি আয়তন হ্ৰাস কৰা কাৰ্য্য বা প্ৰক্ৰিয়া।
The act or process of reducing volume by applying pressure, etc.
- সংপৰীক্ষাAbstract Noun
Testing to prove or achive something