← ফুৰি যাওক

সংগ্ৰাহক

saṅgrāhaka

অৰ্থ

1.

যি একত্ৰ কবে; গোটাওঁতা

one who collects

বি.

2.

নানা ঠাইৰপৰা শব্দ আদি গোটাই লিখোঁতা; a compiler. স্ত্ৰী. সংগ্ৰাহিকা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সংগ্ৰাহক · অসমীয়া অভিধান