← ফুৰি যাওক

সংঘাত

saṅghāta

অৰ্থ

1.

সমূহ; সমষ্টি

agsemblage; collection

বি.

2.

নিবিড় সংযোগ

close contact

বি.

3.

আঘাত; . সংঘৰ্ষ বি. দুটা বস্ত্তৰ ভিতৰত পৰস্পৰে হোয়া আঘাত; বিবাদ; হাই কাজিয়া।

conflict

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ