কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভঙ্গুৰতাbhong.gu.ro.taAbstract Noun
কঠিন কিন্তু সহজে ভাঙি যোৱা; যেনেঃ কাচ|
Firm but easily broken.
- ভচহুbhacahuNoun
ফচহু; অপদাৰ্থ বা নগণ্য মানুহ
a man of no worth; a contemptible fellow
- ভচাbhacāNoun
বিষ্ঠাৰ লদা
a solid mass of human excrement
- ভচিbhaciNoun
"ফাও" চোবাঁ।
- ভচুক-তহুকbhacuka-tahukaNoun
মিছামিছি বা সাৰ নথকা লগা
nonsense; trash
- ভজনNoun
উপাসনা ইত্যাদি কৰা কাৰ্য্য; ভজনা উপাসনা ইত্যাদি।
- ভজনাbho.jo.naVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- ভজন্তাNoun
যি ভজে বা পূজে
a votary; a devotee
- ভজলুকbhajalukaNoun
জলকীয়া।
- ভজাbhajāTransitive verb
গুৰুক ভজিবলৈ বা আৰাধনা কৰিবলৈ শিকা; শৰণ বা দীক্ষাৰ মন্ত্ৰ শিকা; কোনো দেবতাৰ পূজাৰ ক্ৰম শিকা
to initiate a disciple into the mode of worshipping a deity
- ভজা মাছbho.ja masMaterial Noun
গৰম তেলত ভজা মাছ ৷
Fish that cooked in hot oil.
- ভজা শুকানে বাNoun
নীৰসকৈ ৰন্ধা আঞ্জা
a dry fried curry
- ভট-ভটিbhot-bho.tiMaterial Noun
ইঞ্জিন থকা দুচকীয়া বাহন
A bicycle with a motor or engine.
- ভটাbhaṭāNoun
পুৰিবলৈ জাপি থোবা চূণ-শিল বা ইটাৰ দ'ম
a brick or lime kiln
- ভটিমাbhaṭimāNoun
স্ত্ততিগীত; ঈশ্বৰ, গুৰু, বা ৰজাৰ গুণ বৰ্ণনা কৰি ৰচজনা কৰা গীত (বিশেষকৈ শঙ্কৰদেব আৰু মাধবদেবে লিখা)
a class of Vaisnava hymns
- ভটিয়নিbhaṭiẏaniNoun
নৈৰ ভাটি বা নামনিফাল
the lower course of a stream
- ভটিয়ালীbho.ti.ya.liProper Noun
বৰগীতৰ এটা ৰাগ৷
A `ragaa` of Borgeet
- ভট্টbhaṭṭaNoun
প্ৰশস্তি-গায়ক; ভাট।
- ভট্টদেবbhaṭṭadebaNoun
কথা-গীতা, আৰু কথা-ভাগবত শিখোঁতা
- ভট্টদেৱbhot.to.debProper Noun
প্ৰথম অসমীয়া গদ্য লিখক
the first Assamese prose writer