← ফুৰি যাওক

ভজা

bhajā

অৰ্থ

1.

গুৰুক ভজিবলৈ বা আৰাধনা কৰিবলৈ শিকা; শৰণ বা দীক্ষাৰ মন্ত্ৰ শিকা; কোনো দেবতাৰ পূজাৰ ক্ৰম শিকা

to initiate a disciple into the mode of worshipping a deity

সক. ধা.

2.

আনৰ হতুবাই শুকানে বা নীৰসকৈ সিদ্ধ কৰা

so cause to be fried

সক. ধা.

3.

এবিধ গছ; পোজাৰ গছ

a kind of tree

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভজা · অসমীয়া অভিধান