ভটা
bhaṭā
অৰ্থ
1.
পুৰিবলৈ জাপি থোবা চূণ-শিল বা ইটাৰ দ'ম
a brick or lime kiln
বি.
2.
টাং গুটি খেলা মাৰি; তেনেকুবা আ খেলৰ মাৰি
a club with a curved end used for driving the wooden bali of an Assamese game like golf
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ