কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰম্যramyaAdjective
সুন্দৰ; মনোৰম; মনোহৰ
delightful; charming
- ৰমৰমীয়াrom.ro.miyaProper Adj.
একেৰাহে বহুত সময় ধৰি চলি থকা|
Uninterrupted in time and indefinitely long continuing.
- ৰসগ্ৰাহীro.xo.gra.hiProper Adj.
কবিতা আদিৰ ৰস বা সৌন্দৰ্য্য উপলব্ধি কৰিব পৰা, অৰ্থাত্ কথা বা ৰচনাৰ সোৱাদ বুজা।
understanding the beauties of a poem or writing.
- ৰসঘনrox.ghonProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসপূৰ্ণrox.pur.noProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসবতীrasabatīAdjective
ৰস থকা; ৰসাল; যেনে-"ৰসবতী হইবৈ ফল গন্ধবতী পুষ্প" (বিৰাট-পৰ্ব্ব)
juicy
- ৰসময়rasamaẏaAdjective
ৰসাল; তৱপ্তিকৰ; ৰসযুক্ত
pleasant; blissful
- ৰসযুক্তProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসসিক্তProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসহীনrox.hinProper Adj.
কোনো আগ্ৰহ বা কৌতূহল জন্মাব নোৱাৰা।
arousing no interest, curosity.
- ৰসাত্মকProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসালিro.xa.liProper Adj.
পোৱালী জন্ম দিব পৰা বা ঘাহ-বন গজিব পৰা৷
capable of producing offspring or growing or developing, not dry.
- ৰসালীrasālīAdjective
ৰসাল; সাৰুবা (মাটি)
not dry; fertilised by moisture; moist
- ৰসিকrasikaAdjective
কবিতা আদিৰ ৰস বুজা, ঘাইকৈ আদি ৰস বুজা
appreciating tastes of poetry, gallantry, etc.
- ৰহ দিয়াroh di.yaProper Adj.
বেছিকৈ পকি ৰস ওলাবলগীয়া বা ওলোৱা ৷
More or deeply ripened.
- ৰহমানAdjective
দয়ালু
merciful
- ৰহস্যঘনro.ho.syo.ghonProper Adj.
বুজিব নোৱাৰা বা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ
characterized by or indicative of mystery
- ৰহস্যজনকro.ho.syo.jo.nokProper Adj.
বুজিব নোৱাৰা বা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ
characterized by or indicative of mystery
- ৰহস্যময়ro.ho.syo.moyProper Adj.
বুজিব নোৱাৰা বা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ
characterized by or indicative of mystery
- ৰহস্যাবৃতro.ho.sya.bri.toProper Adj.
বুজিব নোৱাৰা বা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ
characterized by or indicative of mystery