← ফুৰি যাওক

ৰসিক

rasika

অৰ্থ

1.

কবিতা আদিৰ ৰস বুজা, ঘাইকৈ আদি ৰস বুজা

appreciating tastes of poetry, gallantry, etc.

বিণ.

2.

ধেমেলীয়া; প্ৰেমৰ ৰস বুজা প্ৰেমিক

mirthful; of amorous disposition

বিণ.

3.

ৰস বুজা লোক।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ