কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বধিৰbadhiraAdjective
কলা; কাণে নুশুনা
deaf
- বধ্যbadhyaAdjective
বধাৰ্হ; বধ হোবাৰ যোগ্য
deserving death
- বন-চাৰীAdjective
হাবিত ফুৰা।
- বন-বাসীAdjective
হাবিত থকা
living in the forest
- বনকীয়াAdjective
যেনে-"ৰঙা বগা দুই বনকীয়া কাপোৰ" (বুৰঞ্জী)।
- বনচৰbanacaraNoun
হাবিত ফুৰা বা থক জন্ত্ত; বনৰীয়া জন্ত্ত
a wild animal
- বনজbanajaAdjective
হাবিত জন্ম হোবা; বনৰীয়া
wild; born or produced in the forest
- বনজাতbo.no.jatProper Adj.
হাবিত থকা বা জন্মা জন্তু বা উদ্ভিদ
refers to plants and animals that grow or live in the forest
- বনস্থProper Adj.
বন বা জংঘলত থকা
of/staying in the jungle or forest
- বনাNoun
সক.
- বনুবাbanubāNoun
কাম কৰা মানুহ বা তিৰী
a worker; a labourer
- বন্দনীয়Adjective
পূজনীয়; সেবা পাবৰ যোগ্য
fit to be worshipped or saluted
- বন্দিতbon.di.toProper Adj.
যাক সদ্যহতে পূজা কৰা হৈছে ৷
Someone who has been adored (recently).
- বন্দীbandīNoun
ভৱত্য; পুৰুষ ভৱত্য; ৰণত ধৰা পৰা মানুহ
a slave; a prisoner of war
- বন্দ্যbandyaAdjective
সেবা বা পূজাৰ যোগ্য; যেনে-"চৌদ্ধ ভূবনৰ বন্দ্য-স্হান" (কীৰ্ত্তন)।
- বন্ধbandhaAdjective
ৰুদ্ধ; মেল খাই নথকা; জাপ খাই থকা
closed; shut-up
- বন্ধকীbon.dho.kiVerbal Adj.
কোনো বস্তুৰ ওপৰত থকা অধিকাৰ বিসৰ্জন নিদিয়াকৈ ধন বা সা-সুবিধাৰ বিনিময়ত আনক গতাই দিয়া
Pledge of something as security without delivery of title or possession.
- বন্ধনNoun
ক'লৈকো যাবলৈ নিদিয়া কাৰ্য্য; বন্ধা বা আটক কৰা কাৰ্য্য
the act of confining or binding
- বন্ধনমুক্তbon.dhon.muk.toVerbal Adj.
সংযম নথকা বা শাসনত নথকা
free from restraint or control
- বন্ধনহীনbon.dhon.hinProper Adj.
(দাসত্বত বন্দী নোহোৱা এজন ব্যক্তিয়ে) ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰি থকা
enjoying personal rights or liberty, as a person who is not in slavery