← ফুৰি যাওক

বন্ধ

bandha

অৰ্থ

1.

ৰুদ্ধ; মেল খাই নথকা; জাপ খাই থকা

closed; shut-up

বিণ.

2.

বৈ নথকা; চলি নথকা

stagnant

বিণ.

3.

কাম খতি হোবা (স্কুল আদি)

closed

বিণ.

4.

আবদ্ধ; জড়িত; এৰাৰ নোবৰা

confined

বিণ.

5.

কাম খতি থকা কাল; ছুটী

a vacation

বি.

6.

বান্ধ

tie

বিণ.

7.

গবা মাৰি ধৰা; আঁকোবাল; যেনে-"নানা বন্ধ ধৰলহি বহু মাল" (ভটিমা)

clasping with the arms

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ