← ফুৰি যাওক

বন্দী

bandī

অৰ্থ

1.

ভৱত্য; পুৰুষ ভৱত্য; ৰণত ধৰা পৰা মানুহ

a slave; a prisoner of war

বি.

2.

আবদ্ধ; স্বাধীনৰূপে চলিব নোবৰা

confined

বিণ.

3.

কামত লাগি থকা; নিযুক্ত; আজৰি নথকা; আজৰাব নোবৰা; যেনে-"খৰাহীটো বন্দী হৈ আছে"

engaged; assigned

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ