← ফুৰি যাওক

বন্ধন

অৰ্থ

1.

ক'লৈকো যাবলৈ নিদিয়া কাৰ্য্য; বন্ধা বা আটক কৰা কাৰ্য্য

the act of confining or binding

বি.

2.

বান্ধ; গাঁঠি

a tie

বি.

3.

আবদ্ধ কৰা অবস্হা

confinement

বি.

4.

বন্ধ হৈ থকা

tied; confined

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বন্ধন · অসমীয়া অভিধান