কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জবান-চুবAdjective
নিজৰ বাক্য বা অঙ্গীকাৰ ভঙ্গ কৰা; আসৈ মতা
violating the word given or any promise made; denial
- জব্দjabdaAdjective
শিকনি দিয়া; অহঙ্কাৰ নষ্ট কৰা; অপমান কৰা
put to shame; controlled
- জবৰজংjo.bor.jongProper Adj.
ভদ্ৰ সমাজৰ অযোগ্য অতি কঠোৰ, অশোভনীয় ব্যৱহাৰ (কিন্তু অনপকাৰী আৰু যৌন সম্পৰ্কীয় নোহোৱা)।
having very crude, rude behavior unsuitable for/in a civilized society (but not harmful and may not have sexual reference).
- জবৰদস্তjabaradastaAdjective
দুৰ্দ্দান্ত; পৰাক্ৰমী।
- জবৰুবাjabarubāAdjective
জাবৰুবা।
- জবৰ্জংjabarjamAdjective
প্ৰকাণ্ড শৰীৰৰ
very big-bodied
- জমনিjo.mo.niProper Adj.
যি হাঁহি উঠাব বা হহুঁৱাব পাৰে
Something that arouses humour
- জমাjamāTransitive verb
গোটা; সংগ্ৰহ কৰ্; সাঁচ্
to collect; to lay up
- জল-ডোবাjala-ḍobāAdjective
পানীত তল যোবা
subject to floods
- জল-প্লাবিতAdjective
পানীৰে তল যোবা; পানীৰে বুৰা বা ঢাক খোবা
flooded; inundated
- জল-প্লাৱিতjo.lo-pla.bi.toVerbal Adj.
পানীৰ তলত ভালকৈ বুৰা বা তল যোৱা ।
Something which have been immersed thoroughly or going into the deep of water.
- জল-প্ৰায়jala-prāẏaAdjective
পানীৰ দৰে চেঁচা
cool
- জল-মগ্নjala-magnaAdjective
পানীত বুৰ গৈ থকা।
- জল-শুবীয়াjala-śubīẏāAdjective
শুবীয়া; শোবে ধৰা; শোথ-ৰুগীয়া
attacked with dropsy
- জলকাjalakāAdjective
ৰ'দ নথকা; মেঘেৰে ঢকা; ডাবৰীয়া
cloudy
- জলকেৰেপjol.ke.repProper Adj.
অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি
a person whose aim is to save money and who finds it hard to spend money
- জলক্-তবকjalak-tabakaAdjective
ভালকৈ দেখিব নোবৰা; ভালকৈ নমনা, ধূঁবলী- কুঁবলী দেখা
dim; seeing indistinctly
- জলক্-তবক্jo.lok-to.bokProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- জলঙাjalaṅāNoun
বেৰৰ বিন্ধা
a hole in a wall
- জলচাৰীjalacārīAdjective
পানীত থকা; পানীত চৰি ফুৰা
living in water; acquatic